~এই মাহটো আপোনাৰ কেনেদৰে যাব~




ৰাজদীপ ফ্ৰেঙ্ক :  আপুনি এই মাহটো দাঁত উভলোৱাত ব্যস্ত থাকিব। পেপচুদেণ্ট খাই পেটৰ অসুখ হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। ফেকবুকত ফ’টো আপলোদ কৰাৰ প্ৰৱনতাত আঙুলিৰ বিষ হ্’ব পাৰে। শুভ জন্তু জিৰাফ্। শুভ খাদ্য নাজানোঁ।
বিদ্যুত্… বৰদলৈ :  আপোনাৰ এই মাহত ভাত খোৱাৰ সম্ভাৱনা আছে। ৰুটিৰ খুৱাবলৈ কোনোবাই আঁকোৰগোজ কৰিলে গুলিয়াই দিব। অৱসৰ গ্ৰহনৰ পিছত বিবাহ যোগ আছে। আগতিয়াকৈ হ’লে গুলিয়া-গুলি হোৱাৰ প্ৰৱল সম্ভাৱনা আছে।
নীতা নীলা : আপোনাৰ নীলা চুলিত উফি হ’লে চোৰাটৰ পাতৰ লগত বান্দৰ কেঁকোৱা মিহলাই এমাহ লগালে সুফল পাব। সদৌ অসম আন্ত:ৰাষ্ট্ৰীয় চেল্ফি প্ৰতিযোগিতাৰ বিচাৰিকা হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। শুভ দিন চেপ্টেম্বৰৰ চেকেণ্ড চানদে।