প্ৰজন্ম

দিনৰ পিঠিত, আবেলিৰ চিঠিত
ভিন্নৰঙী চিয়াঁহীৰ কেনভাচ
দৰিকণা আশা, মাজনিশাৰ ভাষা
ৰৈ যায় আগন্তুক ঠাঁচ...