প্ৰতাৰণা

জোনটো বুটলিম বুলি সাগৰ সিচিবলৈ লওঁতেই
ওপৰৰ পৰা সকিয়াই দিলে প্ৰতাৰণাই
ম‍ই ইয়াত
বেলিটিৰ অপেক্ষাত

2 comments:

  1. দুখতো থাকে হৰ্ষ..পাই হেৰুৱাৰ...!!

    ReplyDelete
  2. নষ্টাল্‌জিয়া নে বিষাদ ??

    ReplyDelete