যন্ত্ৰণা

লেবেজান উজাগৰী নিশাবোৰক সোধোঁ
টোপনি অলপ ধাৰলৈ দিবা ?
আকাশৰ জিলিকা বিন্দুত বহি কয়
টোপনি ইয়াতেই পাবা |

No comments:

Post a Comment