অনাকাংক্ষিত আকৰ্ষণ

নীলাভৰ গভীৰতাত আকাশ ফুলিলেও
জ্যোতিষ্কৰ প্ৰেমত বৰষি নাবাওঁ
ঢুকি পোৱাৰ আঁতৰত জোনাক জ্বলিলেও
একেইখন আকাশ পুনৰবাৰ চাওঁ

বজ্ৰপাতৰ আগলৈকে পৰিসীমাত আছিল মোৰ আকাশ

(কাব্যালোচনী "ভুৰুকা"ত প্ৰকাশিত)


No comments:

Post a Comment