নিয়ৰ



পছিমৰ ৰ'দজাক উভতি অহাৰ কথা
বিৰতিৰ প্ৰান্তত পলস পৰিছে
উভতনিৰ শেষ, কোমল পুৱাই ক'লে
খৰাং মাটিত নিয়ৰ সৰিছে
নিয়ৰ দুৱৰি, দুৱৰি আৰু নিয়ৰ
নীলিম আকাশত এতিয়া এয়া সেউজ প্ৰত্যাশা

No comments:

Post a Comment