আমন্ত্ৰণ



দিগন্তৰ ৰিক্ততাত দুৰ্ভেদ্য প্ৰাচীৰ
শিল হৈ নাহিবা
কলিফুলৰ এপাহিত সাঁচিছোঁ জোনাক
বৰফ হৈ গলিবা

হেঁপাহৰ এপাহতেই ফুলনিৰ হেঁপাহ...

No comments:

Post a Comment