আশা



শীতল পুহৰ মাজেৰে হৈ বৈ যায় কোমল কুঁৱলী
গৰিয়সী হৈ ওলাই আহে সম্ভাৱনাৰ কাঁচিয়লি
গতিশীলতাৰ প্ৰত্যেকটো ষ্টপেজতে ফুলক ৰামধেনু
ভিন্নৰঙী আবিৰেৰে আবৃত হওঁক পুৱতিৰ ৰেণু

No comments:

Post a Comment