কবিতা

দপ্‌ দপ্‌কৈ জ্বলিছে উত্তাপ
পাগ নুঠিল, বুকুত হিম
পংগু ওঠত জোনাকৰ বিননি
চকুৰ নিমখীয়াত মৃত জোনাক

No comments:

Post a Comment