পলস

চুই চোৱা
খোলাৰ ভিতৰত আমি পলসুৱা
যদি ভুঁই ৰুৱা
লহপহকৈ বাঢ়িব প্ৰেমৰ জঁহা

(ই-আলোচনী " সাহিত্য ডট্‌ অৰ্গ"ত প্ৰকাশিত )

No comments:

Post a Comment